বন্দা কপি সুপাৰ সাম্মাৰ (cabbage Super Summer) | সুপাৰ সামাৰৰ বেমাৰ কম | Black Rot মিঠাই পচা নহয় | বন্দা কপি ওজন ৭০০গ্ৰাম পৰা ১কেজি হয় সুপাৰ সাম্মাৰ গোল হয় | গাওঁ: সুকৰুমবাৰী, জিলা: বাকসা, অসম |
बी.एन.वी 426 भिंडी अच्छी भिंडी है। जल्दी तुराई हो जाती है। फल गहरा हरा एवं 6 इंच लम्बा है। बाज़ार में अच्छी मांग है। गांव:- बेदो तेतरटोली, जिला:- रांची, झारखंड।
ଚାଷୀ କହିବା କଥା ୫୦-୫୫ଦୀନ ମଧ୍ଯ ରେ swadhin ଫୁଲ କୋବିଟି ଅମଳ ହୋଇଥାଏ, ଅତି ସୁନ୍ଦର ଗଢ଼ା ଧଳା ରଙ୍ଗର ବଜାର ଚାହିଦା ମଧ୍ଯ ରହୁଛି| ଗ୍ରାମ - uv7 ନୂଆଗୁଡ଼, ଜିଲ୍ଲା - ନବରଙ୍ଗପୁର|
বিলাহী জাত : বি এন টি ১২১৭ (crop Tomato variety BNT-1217) চক্ৰ মাৰ্কা বিলাহী বজাৰৰ ছাহিদা বেছি | এই বিলাহীৰ গছৰ বেমাৰ কম হয় | ফলন বেশি হয় | ফল পকিলে (ৰঙা) লাল হয় আৰু টাইট হয় | গাওঁ : ২নং মাগুৰমাৰী,খাৰুপেটিয়া, জিলা : দৰং, অসম|
ধান Paddy চক্ৰ-৪০০১ | আমি চক্ৰ-৪০০১ ধান কৰি খুব ভাল ফলন পাইছো | বিঘা প্ৰতি ৩৫-৩৬ মোন পাইছো | পুখা ৩০ পৰা ৩৫ টা হইছে | বেমাৰ কম হয় | গ্ৰাম: বিলাসিপাৰা, জিলা: বৰপেটা, অসম |